বাক্সাৰ শালবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

 02/02/2022 - 18:06
 
 
শালবাৰীঃ বাক্সাৰ শালবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। শালবাৰীৰ আনন্দ বজাৰ-গোৱৰ্ধনা সংযোগী পথৰ খুশ্ৰাবাৰীত ট্ৰেক্টৰে মহটিয়াই নিলে বাইক আৰোহীক। নিহত বাইক আৰোহীজন গোৱৰ্ধনা আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান হিমাংশু হীৰা। AS-15-S9514 নম্বৰৰ Pulsar বাইকেৰে আনন্দ বজাৰৰ পৰা গোৱৰ্ধনা অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰেক্টৰে মহতিয়াই নিয়ে বাইকখনক। ঘটনাস্থলীতে মৃত্যু হয় গৃহৰক্ষী জোৱানজনৰ। ট্ৰেক্টৰৰ সৈতে পলায়ন ট্ৰেক্টৰ চালকৰ। মৃত্যু হোৱা যুৱকজনৰ বজালীৰ চৰ্নাত বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.