02/03/2022 - 14:26
in
নিউজ ডেস্কঃ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই PSO ত্যাগ কৰিবলৈ যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ GMDA অধ্যক্ষ নাৰায়ণ ডেকা দেৱে আজি তেখেতৰ সুৰক্ষাত নিয়োজিত হৈ থকা PSO ত্যাগ কৰে।