02/04/2022 - 13:59
in
নিউজ ডেস্কঃ কাইলৈ বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতী পূজা। অহা ২৪ ঘণ্টাত ৰাজ্যত হ’ব পাৰে নেৰানেপেৰা বৰষুণ।সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ধুমুহাই বাংলাদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত চুই যোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।