লতা মংগেশকাৰৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

 02/06/2022 - 17:13
 
 
 
নিউজ ডেস্কঃ লতা মংগেশকাৰৰ মহাপ্ৰয়াণত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই দাবী কৰিছে সংবাদসংস্থা ANI-এ। সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা। লগতে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।