১৫ ফেব্ৰুৱাৰীলৈকে ক’ভিড সংক্ৰমণ বৃদ্ধি নহ’লে সকলো নিষেধাজ্ঞা উঠাই দিব চৰকাৰে- মুখ্যমন্ত্ৰী

 02/06/2022 - 19:12
 
 
নিউজ ডেস্কঃ ১৫ ফেব্ৰুৱাৰীলৈকে ক’ভিড সংক্ৰমণ বৃদ্ধি নহ’লে সকলো নিষেধাজ্ঞা উঠাই দিব চৰকাৰে। সকলো ঠিকেই থাকিলে উদযাপন কৰিব পাৰিব বহাগ বিহুও। এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।