মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাঃ NO চান্দা, বিহু পাতিবলৈ আমি দিম টকা

 02/07/2022 - 13:34
 
 
 
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। বিহু পাতিবলৈ চৰকাৰে দিব টকা। এক সংবাদমেলযোগে তেওঁ কয়- বিহুৰ নামত যদি কোনোয়ে চান্দা নোতোলে তাৰ বাবে ৰাজ্য চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি বহাগৰ প্ৰথম ৭টা দিনৰ ভিতৰত বিহু বিহু অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে আয়োজকসকলক দিব ডেৰ লাখকৈ টকা। অৱশ্যে এই বিহু ১০বছৰৰ পুৰণি হব লাগিব। এইবাৰ বহাগ বিহু সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।