মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

 02/07/2022 - 14:33
 
 
 
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰীৰ ঘোষণা। অনলাইনযোগে লাভ কৰিব ঘৰ বনোৱাৰ অনুমতি অফিচলৈ নহাকৈয়ে লাভ কৰিব হ'ল্ডিং নাম্বাৰ, ট্রেড লাইচেন্স ফেচলেছ অনলাইন প্রক্রিয়া হব অসমত। কোনেও অফিচত অপেক্ষা কৰি থাকিব নালাগে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।