দেশজুৰি বিতৰ্কৰ পিছত হিজাব পিন্ধি শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি ছাত্ৰীসকলক

 02/07/2022 - 16:13
 
 
নিউজ ডেস্কঃ দেশজুৰি বিতৰ্কৰ পিছত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি ছাত্ৰীসকলক। কৰ্ণাটকৰ শিক্ষা বিভাগে হিজাব পৰিধান কৰি কেম্পাছত প্ৰৱেশৰ অনুমতি দিছে। কুন্দাপুৰা চৰকাৰী PU কলেজত আজিৰে পৰা ধৰ্মীয় আবেগলৈ লক্ষ্য ৰাখি ছাত্ৰীসকলৰ বাবে শিথিল কৰিছে নিয়ম। উল্লেখ্য যে, শিক্ষানুষ্ঠানসমূহত হিজাব বাৰণ কৰাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।