ভাল খবৰ, দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস

 02/08/2022 - 15:08
 
 
 
নিউজ ডেস্কঃ সোমবাৰতকৈ মঙলবাৰে কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰায় ২০হাজাৰ হ্ৰাস পালে। বিগত ২৪ঘণ্টাত ভাৰতত ক’ৰনাত আক্ৰান্ত হৈছে ৬৭, ৫৯৭গৰাকী। ২৪ঘণ্টাত ১লাখ ৮০হাজাৰ ৪৫৬গৰাকী ৰোগী সুস্থ হোৱাৰ লগতে ১,১৮৮গৰাকী ৰোগীৰ মৃত্যু হৈছে। বৰ্তমান চিকিতসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা হৈছে ৯লাখ ৯৪হাজাৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।