১৭ ফেব্ৰুৱাৰীৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব শ্ৰেণী কোঠাৰ পাঠদান

 02/10/2022 - 14:24
 
 
নিউজ ডেস্কঃ ১৭ ফেব্ৰুৱাৰীৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব শ্ৰেণী কোঠাৰ পাঠদান।কেণ্টিন, লাইব্ৰেৰী, প্ৰেক্ষাগৃহ সকলো ব্যৱহাৰৰ কাৰণে মুকলি কৰি দিয়া হ’ব। দিল্লীৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীক তিনিদিন আছুতীয়াকৈ থাকি যোগদান কৰিবলৈ নিৰ্দেশ। সুদীৰ্ঘ ২বছৰৰ অন্তত প্ৰবেশদ্বাৰ শিক্ষাৰ্থীৰ কাৰণে খোল খাব দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰায় ৭০খন কলেজত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।