ক’ৰণাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস

 02/11/2022 - 17:15
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত ৫৮হাজাৰ ৭৭গৰাকী লোকৰ দেহত ক’ৰণাৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে সুস্থ হৈ উভতিছে ডেৰলাখ লোক। ২৪ঘণ্টাত ভাৰতত ৬৫৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে। বৰ্তমানলৈ ভাৰতত ক’ৰণাই প্ৰাণ লৈছে ৫লাখ ৭হাজাৰ লোকৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।