আজি বিশ্ব অনাতাঁৰ দিৱস

 02/13/2022 - 12:59
 
 
 
নিউজ ডেস্কঃ আজি বিশ্ব অনাতাঁৰ দিৱস। তথ্য আৰু মনোৰঞ্জনেৰে সমৃদ্ধ ৰেডিঅ’ হৈছে পুৰণি মাধ্যম। প্ৰায় ১১১ বছৰ পুৰণি ৰেডিঅ’ৰ ইতিহাস। ৰাষ্ট্ৰসংঘৰ মতে, ৰেডিঅ’ক মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰে বিশ্ববাসীয়ে।আজি ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব ৰেডিঅ’ দিৱস। ২০১২ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই দিৱস। সমগ্ৰ বিশ্বতে বিভিন্ন বাৰ্তাৰ আদান প্ৰদান অথবা মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ ভূমিকা অপৰিসীম।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।