৫০ বছৰলৈকে বাজাজ গ্ৰুপৰ অধ্যক্ষ হৈ থকা ৰাহুল বাজাজৰ দেহাৱসান

 02/13/2022 - 13:21
 
 
নিউজ ডেস্কঃ ৫০ বছৰলৈকে বাজাজ গ্ৰুপৰ অধ্যক্ষ হৈ থকা ৰাহুল বাজাজৰ মৃত্যু। বাজাজৰ প্ৰাক্তন অধ্যক্ষ বাহুল বাজাজৰ আজি পুনেত মৃত্যু হয়। দীর্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। বয়স হৈছিল ৮৩ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ অহাৰ লগে লগে হুচিয়েল মিডিয়াত বহু লোকে শ্রদ্ধাগুলি জ্ঞাপন কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।