অসম আৰক্ষীত অতিৰিক্ত ৬৬টা পদ সংযোজিত

 02/13/2022 - 18:44
 
 
নিউজ ডেস্কঃ অসম আৰক্ষীত সংযোজিত হ’ল অতিৰিক্ত ৬৬টা নতুন পদ। এতিয়াৰে পৰা CIDত থাকিব আৰু এজন আৰক্ষী উপ মহাপৰিদৰ্শক। সহকাৰী মহাপৰিদৰ্শক ‘ক্রিয়া’ নামেৰে আন এটা পদৰ সৃষ্টি অসম আৰক্ষীত। CIDত সংযোজিত কৰা হৈছে ১২টা নতুন আৰক্ষী অধীক্ষকৰ পদ। BIEOত আৰু দুটা নতুন আৰক্ষী অধীক্ষকৰ পদ সৃষ্টি। পূৰ্বে আছিল দুজন আৰক্ষী অধীক্ষক। V&ACত সংযোজিত কৰা হৈছে অধীক্ষক পৰ্যায়ৰ আৰু দুটা পদ। পূৰ্বে দুজন অধীক্ষক আছিল V&ACত। নতুনকৈ তিনিটা DCP পদ সৃষ্টি গুৱাহাটী।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।