পুলৱামা আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজন বীৰ সৈনিকক প্ৰণাম

 02/14/2022 - 13:10
 
 
নিউজ ডেস্কঃ ২০১৯ চনত আজিৰ দিনটোতে শ্বহীদ হৈছিল বীৰ সৈনিকসকল। পুলৱামা আক্ৰমণত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।