প্ৰমাণৰ অভাৱত মাৰাডোনাৰ ঘড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৱাজিদ হুচেইনৰ জামিন লাভ

 02/15/2022 - 12:37
 
 
নিউজ ডেস্কঃ ফুটবল বিশ্বৰ সম্ৰাট মাৰাডোনাৰ হেবলট হাতঘড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৱাজিদ হুচেইনৰ জামিন লাভ। আদালতত উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে। আদালতত দাখিল কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ কোনো নিৰ্দেশ বা ডুবাই আৰক্ষীৰ অভিযোগ। ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫,০০০ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰে ৱাজিদ হুচেইনক। ১১ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৱাজিদ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।