দেশত ক’ৰণাৰ সংক্ৰমণ কিছু হ্ৰাস

 02/18/2022 - 13:39
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত দেশত ২৫হাজাৰ ৯২০লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰণাত। এই সময়চোৱাত ৪৯২গৰাকী লোকৰ মৃত্যু হৈছে। ২৪ ঘণ্টাত ৬৬,২৫৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। দেশত কোৰোনা পজিটিভিটিৰ হাৰ ২.০৭শতাংশলৈ হ্ৰাস পাইছে। দেশত এতিয়ালৈকে ১,৭৪,৬৪,৯৯,৪৬১ লোকক প্ৰদান কৰা হৈছে কোৰোনা ভেকচিন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।