একেলগে ৩৮জনক ফাঁচীৰ নিৰ্দেশ

 02/18/2022 - 15:23
 
 
 
নিউজ ডেস্কঃ ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদত হৈছিল ২২টাকৈ বোমা বিস্ফোৰণ৷ UAPAৰ অধীনত ৰুজু হৈছিল গোচৰআহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ ৰায়দান৷ ৩৮ জন অভিযুক্তক ফাঁচীৰ নিৰ্দেশ আদালতৰ৷ ১১জন অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড৷ ঘটনাত দোষী সাব্যস্ত হৈছিল ৪৯ জন লোক
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।