অসমৰ বিজ্ঞানীৰ বৃহৎ সাফল্যঃ বিনয় বৰদলৈয়ে উদ্ভাৱন কৰা মলমে সমাদৰ পাইছে আমেৰিকাৰ বজাৰত

 02/22/2022 - 12:54
 
 
 
 
নিউজ ডেস্কঃ অসমৰ বিজ্ঞানীৰ বৃহৎ সাফল্য। অসম সন্তান বিনয় বৰদলৈয়ে উদ্ভাৱন কৰা বিষৰ মলম Herbojoint Plusৰ আমেৰিকাৰ বজাৰত সমাদৰ। স্থান পালে খুচুৰা সামগ্রীৰ বজাৰ Walmartত। বৰদলৈ বায়’টেকত প্ৰস্তুত কৰা এই মলম আমেৰিকালৈ ৰপ্তানি হৈছে। এই সামগ্ৰী দেশৰ স্বাধীনতাৰ ৭৫ বছৰত বিদেশলৈ ৰপ্তানী হোৱা ৭৫বিধ সামগ্ৰীৰ অন্যতম। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।