শুকুৰবাৰে ৫ লাখ লোকে জুম্মাৰ নামাজ পঢ়িব একেলগে, থাকিব মদিনা শ্বৰিফৰ ইমাম

 02/24/2022 - 13:29
 
 
 
নিউজ ডেস্কঃ কাইলৈ ৫লাখ লোকে জুম্মাৰ নামাজ পঢ়িব একেলগে। অসমলৈ আহিব মদিনা শ্বৰিফৰ ইমাম। কাইলৈ জুৰীয়াত উপস্থিত হ’ব মদিনা শ্বৰিফৰ ইমাম। জুৰীয়াৰ বগৰীগুৰী হাইমাদ্ৰাছাৰ খেলপথাৰত পঢ়িব নামাজ। বাংলাদেশৰ কেইবাগৰাকী ইছলামিক পণ্ডিতৰ লগতে অসমৰো ইছলামিক পণ্ডিত উপস্থিত থাকিব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।