ইণ্ডোনেচিয়াৰ সুমাত্ৰা দ্বীপত ভূমিকম্পৰ জোকাৰণি, দুজনৰ মৃত্যু

 02/25/2022 - 19:19

 

নিউজ ডেস্কঃ ইণ্ডোনেচিয়াৰ সুমাত্ৰা দ্বীপত ভূমিকম্পৰ জোকাৰণি। ৬.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ ফলত দুজনৰ মৃত্যু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।