02/27/2022 - 19:12
in
লাহৰিঘাটঃ লাহৰিঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ বুজ ল’বলৈ উপস্থিত বিশিষ্ট লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই লাহৰিঘাটৰ গৰাখহনীয়া ৰাইজৰ দুখ দেখি বহুত আবেগিক হৈ পৰে। তেওঁ চৰকাৰক অনুৰোধ জনায় যে লাহৰিঘাটৰ ৰাইজৰ দুখৰ ওপৰত অলপ চকু দিয়ক। চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ বাবে লাহৰিঘাটৰ ৰাইজে নিজে বাঁহ পুতি গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলোৱাৰ প্ৰতি বহুত সুখী হৈছে ৰাইজৰ প্ৰতি। আজি ৰাতি শিখা শৰ্মাক হত্যা কৰিব বুলি আমাৰ সাংবাদিকৰ আগত জনায়। লগতে যুম্মাৰ নামাজক লৈ মুখ খুলিলে শিখা শৰ্মাই, উক্ত ঘটনাক মন্ত্ৰী কেশৱ মহন্ত আৰু অসম চৰকাৰক কঠোৰ সমালোচনা কৰে।