নাজিৰা থানা অসমৰ ভিতৰত শ্ৰেষ্ঠ থানা হিচাপে পুৰস্কৃত

 06/07/2019 - 17:12

ডিজিটেল ডেস্কঃ ভাৰতৰ গৃহ বিভাগে অসমৰ থানা সমূহৰ বিভিন্ন দিশৰ ওপৰত সমীক্ষা চলাইছিল৷

এই সমীক্ষাত উজ্বলি উঠিল অসমৰ শিৱসাগৰ জিলাৰ নাজিৰা থানা৷

ভাৰতৰ গৃহ বিভাগে নাজিৰা থানাখন অসমৰ ভিতৰত শ্ৰেষ্ঠ থানা হিচাপে পুৰস্কৃত কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।