পুটিনক হত্যা কৰিলে পাব ৭.৫ কোটি টকা, ঘোষণা এগৰাকী লোকৰ

 03/03/2022 - 13:11

 


নিউজ ডেস্কঃ ইউক্ৰেইনত ধ্বংসলীলা চলোৱা ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰিলে পুৰস্কাৰ ঘোষণা এগৰাকী লোকৰ।পুটিনক মূৰৰ ওপৰত এই ৭.৫কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে Alex Konanykhin নামৰ এগৰাকী লোকে। এই সন্দৰ্ভত লোকজনে ছচিয়েল মিডিয়াত এক পোষ্টো শ্বেয়াৰ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।