মাজুলীত উপ-নিৰ্বাচনৰ বাবে সাত আৰু দহ মাৰ্চত ড্রাই ডে' ঘোষণা

 03/03/2022 - 19:17

 

নিউজ ডেস্কঃ উপ-নিৰ্বাচনৰ বাবে সাত আৰু দহ মাৰ্চত মাজুলীত ড্রাই ডে' ঘোষণা প্ৰশাসনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।