আজি এশ নম্বৰ টেষ্টত অৱতীৰ্ণ হ’ব বিৰাট কোহলি

 03/04/2022 - 14:18

 

নিউজ ডেস্কঃ বিৰাট কোহলিৰ আজি জীৱনৰ এশ নম্বৰ টেষ্ট মেচ।মহালিত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দল নমাৰ লগে লগে অনন্য কৃতিত্ব অৰ্জন কৰিব ৰাণ মেছিনে। বিৰাট কোহলি ১০০ খন টেষ্ট খেলা ভাৰতৰ ১২ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।