২৫ বছৰীয়া হ’ল বলিউডৰ অভিনেত্ৰী জাহ্নবী কাপুৰ

 03/06/2022 - 16:51

 

নিউজ ডেস্কঃ ২৫ বছৰত ভৰি দিলে জাহ্নবী কাপুৰে। দেওবাৰে অৰ্থাৎ ৬ মাৰ্চত ২৫ বছৰীয়া জন্মদিন পালন কৰিছে শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা অভিনেত্ৰী জাহ্নবী কাপুৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।