ধেমাজি পৌৰসভাৰ ৭টা ৱাৰ্ডত বিজেপিৰ জয় লাভ

 03/09/2022 - 17:57

 

নিউজ ডেস্কঃ  ধেমাজি পৌৰসভাৰ ৭টা ৱাৰ্ডত বিজেপিয়ে জয় লাভ কৰাৰ বিপৰীতে অগপই ১টা ৱাৰ্ড আৰু নিৰ্দলীয়ই ২ টা ৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়।১ নং ৱাৰ্ড – ৰিংকু গগৈ কোঁৱৰ(অগপ)২ নং ৱাৰ্ড – দীপৰেখা দাস বাঘ্ৰী(বিজেপি)৩ নং ৱাৰ্ড – প্ৰতিমা দাস(বিজেপি)৪নং ৱাৰ্ড – নিবেদিতা দাস দেউৰী(বিজেপি)৫ নং ৱাৰ্ড – বিজয়া কাকতি(বিজেপি)৬ নং ৱাৰ্ড – হিৰণ্য কোঁৱৰ(নিৰ্দলীয়)৭ নং ৱাৰ্ড – ৰিন্টু দত্ত(বিজেপি)৮ নং ৱাৰ্ড – নলিনী চুতীয়া(নিৰ্দলীয়)৯ নং ৱাৰ্ড- ৰমেশ নৰহ(বিজেপি)১০ নং ৱাৰ্ড- বিপ্লৱ কোঁৱৰ( বিজেপি, বিনাপ্ৰতিদ্বন্দিতাৰে)।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।