বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু ৪৭গৰাকীৰ

 03/13/2022 - 11:43

 

 


নিউজ ডেস্কঃ কিছুদিন ধৰি ভাৰতত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও বিগত ২৪ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্ত হৈছে ৩হাজাৰ ১১৬গৰাকী লোক।   বিগত ২৪ঘণ্টাত ৪৭গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। দেশত এতিয়ালৈকে ৫লাখ ১৫হাজাৰ ৮৫০গৰাকী ৰোগীৰ মৃত্যু হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।