পদত্যাগ নকৰে ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকাই

 03/13/2022 - 12:27

 

নিউজ ডেস্কঃ শোচনীয় পৰাজয়ৰ পিছতো পদত্যাগ নকৰে ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকাই। পদত্যাগৰ কথা নস্যাৎ কৰিলে কংগ্ৰেছ নেতা ৰনদ্বীপ সিং সূৰ্যৱালাই। পদত্যাগৰ বাতৰি অসত্য বুলি মন্তব্য। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।