উত্তৰ প্ৰদেশত বিজেপিৰ জয়ৰ পিছতেই যোগী আদিত্যনাথ, বি এল সন্তোষক শুভেচ্ছা জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ

 03/13/2022 - 18:02

 

 

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত বিজেপিৰ বৃহৎ জয়৷  দিল্লীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু 
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।