কেজৰিৱালে কেৱল ডাঙৰ কথা কয়, কামত একো নাই - অনুৰাগ ঠাকুৰ

 03/13/2022 - 19:13

 

নিউজ ডেস্কঃ অৰবিন্দ কেজৰিৱালক যোগ্য বুলি মানি ল’ব নোখোজে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। শেহতীয়াকৈ হিমাচল প্ৰদেশত উপস্থিত হোৱা অনুৰাগ ঠাকুৰে কয়- উত্তৰ প্ৰদেশত আপে এখনো আসন লাভ কৰা নাই। এয়া আম আদমী পাৰ্টিৰ ব্যৰ্থতা।  কেজৰিৱালে কেৱল ডাঙৰ কথা কয়, কামত একো নাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।