ভয়াবহ ৰূপত কৰ'না

 03/16/2022 - 15:20

 ভয়াবহ ৰূপত কৰ'না ,ঘৰত আৱদ্ধ ৫ কোটি লোক 

 চীনত ভয়াবহ ৰূপ লৈছে কৰ'নাই। কৰ'নাৰ ভয়াবহতাৰ বাবে ৫ কোটি লোক ঘৰতে আৱদ্ধ

এখন দুখন নহয়, ১৩খন চহৰত সম্পূৰ্ণ লকডাউন। ২৪ ঘণ্টাত দেশখনত ৫২৮০ জন লোক আক্রান্ত কৰ'নাত

চীনৰ জিলিন প্ৰদেশত আটাইতকৈ বেছি সংক্ৰমণ হৈছে। ১২ মাৰ্চত কৰ'নাৰ ভয়াবহতাৰ বাবে চীনত নতুনকৈ কেইবাখনো হাস্পতালত নিৰ্মাণ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।