বিকি আলীৰ এনকাউণ্টাৰ সন্দৰ্ভত DCP নাৱনীত মহন্তৰ সংবাদমেল

 03/16/2022 - 15:27

DCP ৰ সংবাদমেল

"ছাৰ্ভিচ ৰিভলভাৰ কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল বিকিয়ে"

 গাড়ীগাঁও এনকাউণ্টাৰ সন্দৰ্ভত DCP নাৱনীত মহন্তৰ সংবাদমেল। নিশা গোপন সূত্ৰৰ পম খেদি আটক কৰা হৈছিল বিকি আলীক 

গড়ভঙা বনাঞ্চলত চলা অভিযানত নিশা পলোৱাৰ চেষ্টা চলাইছিল বিকিয়ে। পানবজাৰ থানাৰ OC টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভ'লভাৰ কাঢ়িছিল বিকিয়ে 

আৰক্ষীলৈ লক্ষ্য কৰি দুই জাই গুলি ফুটাইছিল বিকিয়ে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকিক গুলিয়াবলৈ বাধ্য হয় 

বিকিৰ গুলিচালনাত গুৰুতৰভাৱে আহত দুই আৰক্ষী বিষয়া। GMCH ত চিকিৎসাধীন হৈ আছে দুই আৰক্ষী বিষয়া

বিকি আলীৰ পিতৃৰ ভাষ্যক অস্বীকাৰ DCP ৰ, আন চাৰি অভিযুক্তক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.