ৰুছ ইউক্ৰেইন যুদ্ধৰ আজি ২১ দিন

 03/16/2022 - 16:30

 ৰুছ ইউক্ৰেইন যুদ্ধৰ আজি ২১ দিন
যুদ্ধৰ সাম কটাবলৈ আহোপুৰুষাৰ্থ চেষ্টা সমগ্ৰ বিশ্ব

মিলিত হৈছে ইখনৰ পিছত সিখন শান্তি আলোচনা,পুনৰ বুধবাৰে ৰাছিয়া-ইউক্ৰেইন আলোচনা

ইউক্ৰেইনৰ আলোচনাকাৰীয়ে কৈছে যে "আপোচ কৰাৰ অৱকাশ" আছে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছে যে শান্তি আলোচনাত ৰাছিয়াৰ দাবীসমূহ "অধিক বাস্তৱবাদী" হৈ পৰিছে

পোলেণ্ড, চেক গণৰাজ্য আৰু স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰীসকলে আলোচনাত সংহতি আৰু সমৰ্থন  কৰে জেলেনস্কিক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে অহা সপ্তাহত ব্ৰাছেলছত নাটো, ইউৰোপীয় ইউনিয়নৰ সন্মিলনত অংশগ্ৰহণ কৰিব

এই মন্তব্য  হোৱাইট হাউচৰ
ইউক্ৰেইনৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে মঙলবাৰে মানৱীয় কৰিডৰৰ জৰিয়তে ইউক্ৰেইনৰ চহৰসমূহৰ পৰা প্ৰায় ২৯,০০০ লোকক স্থানান্তৰ কৰা হৈছিল, বেছিভাগেই আৱদ্ধ মাৰিয়পোল চহৰৰ পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।