IC 814 ​ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা

 03/17/2022 - 18:07

IC 814 ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা

 কৰাচীত অচিনাক্ত অস্ত্ৰধাৰীৰ গুলীত নিহত সন্ত্ৰাসবাদী জাফাৰুল্লা জামালী
 যোৱা ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত হাইজেক কৰিছিল  IC 814 ভাৰতীয় বিমানখন

 হাইজেক কৰা  ভাৰতীয় বিমানখন অৱৰোহন কৰিছিল কান্দাহাৰত। 
হাইজেক কৰা সন্ত্ৰাসবাদীৰ দলটোৰ মুৰব্বী আছিল জামালী। 

জামালীৰ সহযোগী জহুৰ মিস্ত্ৰীকো গুলীয়াই হত্যা 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.