kashmir files য়ে মিছা তথ্য প্ৰকাশ কৰিছে

 03/19/2022 - 16:48

kashmir files য়ে মিছা তথ্য প্ৰকাশ কৰিছে

কাশ্মীৰী পণ্ডিত সকল কাশ্মীৰত অহাটো নিবিচাৰে একাংশই

কাশ্মীৰী পণ্ডিত সকলক লৈ ৰাজনীতি কৰিবলৈ এই চলচিত্ৰ নিৰ্মাণ

কেন্দ্ৰত আৰু ৰাজ্যত কংগ্ৰেছ নহয় বিজেপিৰ প্ৰত্যক্ষ দখল থকাৰ সময়তে কাশ্মীৰী পণ্ডিত সকলৰ ওপৰত হৈছিল অত্যাচাৰ

ফাৰুক আব্দুল্লাহ ক মিছাতে বদনামী কৰিছে চলচিত্ৰ পৰিচালকে

এই অভিযোগ জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লাহ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।