বিশ্বকাপৰ বা-বতৰা

 06/08/2019 - 12:53

ডিজিটেল ডেস্কঃ প্রৱল বৰষুণ আৰু সেমেকা আউট ফিল্ডৰ বাবে বিশ্বকাপ ক্রিকেটৰ পাকিস্তান আৰু শ্রীলংকাৰ মাজত হ’বলগীয়া একাদশ সংখ্যক খেলখন বাতিল হয়।

 

 

আজি বিশ্বকাপ ক্ৰিকেটৰ দ্বাদশ আৰু ত্ৰয়োদশ সংখ্যক খেল অনুষ্ঠিত হ’ব।

প্ৰথমখন খেল বিয়লি ৩ বজাৰ পৰা কাৰ্ডিফৰ ছ’ফিয়া গাৰ্ডেনত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব।

আনহাতে দ্বিতীয়খন খেল সন্ধিয়া ৬ বজাৰ পৰা টনটনৰ দ্য ক’পাৰ এছ’ছিয়েট কাউণ্টী গ্ৰাউণ্ডত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।