ভাৰতত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ১,৪২১ গৰাকী

 03/27/2022 - 13:01

 


নিউজ ডেস্কঃ বিগত ২৪ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্ত ১,৪২১গৰাকী। মৃত্যু ১৪৯ গৰাকী লোকৰ। বৰ্তমান দেশত চিকিতসাধীন হৈ আছে ১৬হাজাৰ ১৮৭গৰাকী ৰোগী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।