ভাল খবৰঃ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিলে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে

 03/27/2022 - 16:58

 


নিউজ ডেস্কঃ ১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হংজাওত অনুষ্ঠিত হ’ব ঊনবিংশতিতম এছিয়ান গেমছ। এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ ‘এছিয়ান গেমছ’লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। দেওবাৰে অভিলেখ সৃষ্টি কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে অসমৰ সুযোগ্য সন্তান অলিম্পিয়ান জয়ন্ত তালুকদাৰে।২০২২ৰ হাংঝৌ এছিয়ান গেমছত আৰ্ছাৰীত দেশক প্রতিনিধিত্ব কৰিব অসমৰ জয়ন্ত তালুকদাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।