আজি গোৱাত মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰলৈ শপত ল’ব প্ৰমোদ শ্বাৱন্তে

 03/28/2022 - 13:35

 

নিউজ ডেস্কঃ আজি গোৱাত গঠন হ’ব বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰলৈ শপত ল’ব প্ৰমোদ শ্বাৱন্তে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।