ঘোষণা হ’ল ২০২২ বৰ্ষৰ অস্কাৰঃ উইল স্মিথলৈ শ্রেষ্ঠ অভিনেতা, জেছিকালৈ শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ বঁটা

 03/28/2022 - 13:48

 

নিউজ ডেস্কঃ ঘোষণা হ’ল ২০২২ বৰ্ষৰ অস্কাৰ।‘বো' ছবিলৈ শ্রেষ্ঠ চলচ্চিত্ৰৰ অস্কাৰ ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে উইল স্মিথলৈ শ্রেষ্ঠ অভিনেতাৰ অস্কাৰ।‘দ্য আইজ অব টেমী ফায়ে’ৰ বাবে জেছিকা ছাষ্টেইন শ্রেষ্ঠ অভিনেত্রী। ‘দ্য পাৱাৰ অব দ্য ডগ'ৰ পৰিচালক জেম কেম্পিয়নলৈয়ো সন্মান 'ন' টাইম টু ডাইলৈ শ্রেষ্ঠ সংগীতৰ অস্কাৰ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।