আজি দিল্লীত অসম-মেঘালয় সীমা বিবাদক লৈ ঐতিহাসিক চুক্তি

 03/29/2022 - 13:38

 

নিউজ ডেস্কঃ দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ অসম-মেঘালয় সীমা বিবাদক লৈ আজি ঐতিহাসিক চুক্তি৷মেঘালয় কনৰাড চাংমাও দিল্লীত উপস্থিত৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।