মৰিয়নীৰ নকছাৰিত আছুৰ ৮ ঘণ্টীয়া অনশন

 03/29/2022 - 14:52

 


মৰিয়নিঃ মৰিয়নীৰ নকছাৰি চুঙিলাহিঙস্থিত বৃহত্তৰ নকছাৰিবাসীৰ একমাত্ৰ চিকিৎসালয় মাহাত্ম্যা গান্ধী আদৰ্শ চিকিৎসালয়ত সু-চিকিৎসা প্ৰদান, আন্তগাঁঠনি উন্নতি কৰা, ২৪ ঘণ্টাই চিকিৎসা সেৱা অব্যাহত ৰখা আৰু প্ৰতিটো বিভাগতে ডাক্তৰ নিযুক্তি দিয়াৰ দাবীত নকছাৰি আঞ্চলিক ছাত্ৰসন্থাই পুৱা ৬ বজাৰে পৰা অনশন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।