ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে

 03/29/2022 - 19:27

 

 

নিউজ ডেস্কঃ হঠাত গৰম পৰিছে৷ উৎকট গৰমত৷ উশাহ লোৱাত কষ্ট পাইছে বহু ব্যক্তিয়ে৷ উৎকট গৰমৰ বাবে কৰ্তব্যৰ মাজতে মৃত্যুক আঁকোৱালি ল’বলগা হ’ল এজন কনিষ্টবলে আগ্ৰাৰ ৰাজমন্দিৰ ৰেলষ্টেচনত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।