চীনত পুনৰ ক’ৰণাৰ সন্ত্ৰাস

 03/31/2022 - 14:25

 

নিউজ ডেস্কঃ চীনত পুনৰ ক’ৰণাৰ সন্ত্ৰাস। ক’ভিডৰ বৰ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনত ইতিমধ্যে ঘোষণা কৰা হৈছে লকডাউন। ছাংহাইত বুধবাৰে ৫,২৯৮টা নতুন লক্ষণহীন ক’ৰণাৰ অৱস্থিতি আৰু ৩৫৫টা লক্ষণগত ঘটনা ধৰা পৰিছে। বুধবাৰে ছাংহাইত ৫,২৯৮টা নতুন লক্ষণহীন ঘটনা আৰু ৩৫৫টা লক্ষণগত ঘটনা চিনাক্ত হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।