মদ খোৱা মানুহ মহাপাপী- মুখ্যমন্ত্ৰী

 03/31/2022 - 16:47

 

নিউজ ডেস্কঃ মদ খোৱা মানুহ মহাপাপী। পাপীলোকে মদ্যপান কৰে।বিধানসভাৰ মজিয়াত বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।পাপীলোকসকলে মদপান কৰে বুলি কৈ সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে মুখ্যমন্ত্ৰীজন। তেওঁ কৈছে মহাত্মাগান্ধীৰ দৃষ্টিত মদপান কৰা লোকসকল পাপী। এই মন্তব্য বিহাৰৰ মুখ্যমন্ত্ৰীৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।