চীনত দেওবাৰে ক’ভিডত আক্রান্তৰ সংখ্যা ১৩,১৪৬ জন

 04/03/2022 - 13:32

 

নিউজ ডেস্কঃ চীনত দেওবাৰে চিনাক্ত ১৩,১৪৬জন নতুন ক’ভিডত আক্রান্ত। সংক্ৰমণৰ নতুন লহৰ অহাৰ আশংকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।