ৰাজস্থানৰ কৰোলীত ১৪৪ ধাৰা জাৰি

 04/03/2022 - 16:27

 


নিউজ ডেস্কঃ ৰাজস্থানৰ কৰোলীত ১৪৪ ধাৰা। বন্ধ কৰি দিলে ইণ্টাৰনেট সেৱা।ধাৰ্মিক শোভাযাৰ সময়ত শিলগুটি নিক্ষেপ কৰিছিল একাংশই৷ঘটনাৰ পিছতেই অগ্নিগৰ্ভা হৈ পৰিছিল সমগ্ৰ কৰোলী জিলা৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।