২০২৯ত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব মুছলমান

 04/03/2022 - 19:01

 

নিউজ ডেস্কঃ নৰসিংহনন্দৰ বিস্ফোৰক মন্তব্য- মুছলমানে পুনৰ বনাব বাবৰি মছজিদ"। "২০২৯ত ভাৰতৰ প্ৰধানমন্ত্ৰী মুছলমান হ'ব"। "২০৩৪ত ভাৰতৰ শাসনৰ দায়িত্ব ল'ব মুছলমানে"। "মুছলনানে শাসন কৰিলে দেশত মহাবিনাশ হ'ব"। "দেশত ৪০% হিন্দুক হত্যা কৰা হ'ব। নৰসিংহনন্দই বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য আগবঢ়ায়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।